/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e28a5d62-d873-4075-a570-8f2a885b5741/rape.jpg)
-
দিল্লীত ধৰ্ষণৰ ঘটনা।
-
গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী।
-
বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।
-
যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
-
ছেক্টৰ-৩৭ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যুৱতীগৰাকীয়ে।
-
সন্দীপ নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ তথা হত্যাৰ ভাবুকিৰ গোচৰ।
-
অভিযোগ অনুসৰি যুৱকজনে কাৰ্যালয়ৰ পৰা নিজৰ বাহনত উঠাই নিছিল যুৱতীগৰাকীক।