দিল্লীত চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে…

দিল্লীত চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে…

author-image
asomiyapratidin
New Update
দিল্লীত চি বি এছ চিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে…

ডিজিটেল ডেস্কঃ শিক্ষাৰ ক্ষেত্ৰত দিল্লী চৰকাৰে বিভিন্ন সময়ত বহু কল্যাণকামী সিদ্ধান্তগ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ দিল্লীৰ শিক্ষা বিভাগে ঘোষণা কৰিছে যে চি বি এচ চিৰ আগন্তুক দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ মাচুল বহন কৰিব চৰকাৰে। শিক্ষামন্ত্ৰী মনীষ ছিচোদিয়াই টুইটাৰযোগে এই ঘোষণা কৰিছে। শুকুৰবাৰে দিল্লীৰ সকলো বিদ্যালয়ক ইয়াৰ সন্দৰ্ভত নিৰ্দেশ প্ৰেৰণ কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।