এইবাৰ কামৰূপ চি জে এম আদালতত চলিব মনিষ ছিচদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ...

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰিছিল মানহানিৰ গোচৰ । কামৰূপ জিলাৰ চি জে এম কোৰ্টে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায় । কামৰূপ জিলাৰ চি জে এম কোৰ্টত হাজিৰ হোৱাৰ পৰা দিয়া হৈছে ৰেহাই । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতত কৰিছিল আবেদন । আপৰ নেতাগৰাকীৰ আবেদনৰ ভিত্তিতে আদালতে প্ৰদান ৰেহাই ।
মনীষ ছিচোদিয়া
মনীষ ছিচোদিয়া

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰিছিল মানহানিৰ গোচৰ । কামৰূপ জিলাৰ চি জে এম কোৰ্টে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায় । কামৰূপ জিলাৰ চি জে এম কোৰ্টত হাজিৰ হোৱাৰ পৰা দিয়া হৈছে ৰেহাই । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতত কৰিছিল আবেদন । আপৰ নেতাগৰাকীৰ আবেদনৰ ভিত্তিতে আদালতে প্ৰদান ৰেহাই ।

বিগত বৰ্ষৰ জুলাই মাহত সেইসময়ৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মানহানি গোচৰ তৰিছিল । কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰিছিল চিছোদীয়াৰ বিৰুদ্ধে গোচৰ । ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ /৫০০ /৫০১ অধীনত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফৌজদাৰী মানহানি গোচৰ তৰিছিল ৷

উল্লেখ্য যে আপৰ নেতাগৰাকী বৰ্তমানেও দিল্লীৰ সুৰা নীতিৰ কেলংকাৰীত অভিযুক্ত হৈ কাৰাগাৰতে আছে ৷ এই বিষয়ত অভিযুক্ত নেতাগৰাকীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া চলি আছে ৷

মনীষ ছিচোদিয়া
'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in