এজেপিক এখন আসন দি ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰবি কংগ্ৰেছে...

দিল্লীত জীতেন্দ্ৰ সিঙৰ মন্তব্য
এজেপিক এখন আসন দি ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰবি কংগ্ৰেছে...
এজেপিক এখন আসন দি ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰবি কংগ্ৰেছে...

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অসমৰ প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আজি অনুষ্ঠিত হৈ যায়। এই বৈঠকৰ পাছতে লোকসভা নিৰ্বাচনৰ আসন বুজাবুজিক লৈ নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধানয়ক জীতেন্দ্ৰ সিঙৰ প্ৰতিক্ৰিয়া।

সিঙে কয়, অসমৰ ১৪ খন লোকসভা আসনৰ ভিতৰত কংগ্ৰেছে ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰে এখন আসন এৰি দিব অসম জাতীয় পৰিষদক। ইয়াৰোপৰি তেওঁ দুই, এদিনতে অসমৰ লোকসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰিব বুলিও কয়। অৱশ্যে বিৰোধী ঐক্যৰ বিষয়টোও পুনৰ আলোচনা কৰা হ'ব বুলি মন্তব্য কৰিছে সিঙে।

এজেপিক এখন আসন দি ১৩ খন আসনত প্ৰতিদ্বন্দিতা কৰবি কংগ্ৰেছে...
দিল্লীত মল্লিকাৰ্জুন খাড়গেৰ বাসগৃহত অসম জাতীয় পৰিষদৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in