New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/03/2ndphasecongresslist.jpg)
প্ৰতীকি ফটো
১৭ অক্টোবৰত কংগ্রেছৰ সভাপতি নিৰ্বাচন।
মনোনয়ন দাখিলৰ দিন ২৪ৰ পৰা ৩০ ছেপ্টেম্বৰ।
১ অক্টোবৰত পৰীক্ষা কৰা হ’ব মনোনয়ন।
মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৮ অক্টোবৰ।
১৯ অক্টোবৰত ভোট গণনা তথা ফলাফল ঘোষণা কৰা হ’ব।