New Update
/asomiyapratidin/media/media_files/2025/04/28/zt05kalr6p55Hy63wzil.jpg)
বহিষ্কৃত কংগ্ৰেছীয়ে কৰিছিল আক্ৰমণ
- প্ৰদ্যুৎ বৰদলৈৰ আক্ৰমণৰ ঘটনাত জড়িত কংগ্ৰেছ
- কংগ্ৰেছৰ পৰা বহিস্কৃত হোৱা নেতাই কৰিছিল আক্ৰমণ
- ভূৰাগাঁৱৰ ইমদাদুল ইছলাম নেতৃত্বত সংঘটিত আক্ৰমণৰ ঘটনা
- নগাঁও, মৰিগাঁৱৰ পৰা আহিছিল গুণ্ডা বাহিনীৰ দল
/asomiyapratidin/media/media_files/2025/04/28/DuvT1L5Aio0iDfiOddtn.jpeg)
- আৰক্ষীয়ে চিনাক্ত কৰিছে আক্ৰমণকাৰীক
- ঘটনা সন্দৰ্ভত IGP অখিলেশ কুমাৰ সিং, নগাঁৱৰ SPৰ তদন্ত আৰম্ভ
- প্ৰদ্যুৎ বৰদলৈ, শিবামনি বৰাৰ কনভয়ৰ পাচঁ খনকৈ গাড়ীত কৰিছিল আক্ৰমণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us