কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিলে 'কনক্লেভ-২০২৩' ৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিলে 'কনক্লেভ-২০২৩' ৰ

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা ১১ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত আৰম্ভ হৈছে কনক্লেভ ২০২৩। এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে।

ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিত্তমন্ত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই। তাৰপাছতে বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, প্ৰতিদিন গোষ্ঠীয়ে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে কনক্লেভ-২০২৩। আজিৰ প্ৰথম দিনাৰ অনুষ্ঠানত কেইবালানি আলোচনা হ'ব। প্ৰথম কাৰ্যসূচী হিচাপে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কনক্লেভ ২০২৩ ৰ শুভ উদ্বোধন কৰে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিলে 'কনক্লেভ-২০২৩' ৰ
মহানগৰীত এছ টি এফৰ ড্ৰাগছ বিৰোধী অভিযানঃ ড্ৰাগছসহ আটক ৯ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in