ৰাজকোটৰ টি আৰ পি গেম জ'নত অগ্নিকাণ্ডৰ ঘটনা : শিশুসহ ২৪জনৰ মৃত্যু

ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ
ৰাজকোটৰ টি আৰ পি গেম জ'নত অগ্নিকাণ্ডৰ ঘটনা : শিশুসহ ২৪জনৰ মৃত্যু
  • গুজৰাটৰ ৰাজকোটত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।

  • টি আৰ পি গেম জ'নত সংঘটিত হৈছে এই ঘটনা।

  • অগ্নিদগ্ধ হৈ শিশুসহ ২৪গৰাকীৰ মৃত্যু।

  • ইয়াৰ ১২ গৰাকী শিশু বুলি জানিব পৰা গৈছে।

  • মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা।

  • ইতিমধ্যে ২৫গৰাকীক উদ্ধাৰকাৰী দলে সুকলমে উদ্ধাৰ কৰিছে।

  • ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

  • ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ।

  • নিহতসকলৰ প্ৰতি গভীৰ শোক মোডীৰ।

  • উদ্ধাৰ অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলক।

ৰাজকোটৰ টি আৰ পি গেম জ'নত অগ্নিকাণ্ডৰ ঘটনা : শিশুসহ ২৪জনৰ মৃত্যু
অসম কৃষি বিশ্ববিদ্যালয় আৰু এগ্ৰি পায়'নিয়াৰ চিডছ প্ৰাইভেট লিমিটেডৰে বুজাবুজি চুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in