মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক পৰিদৰ্শন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক পৰিদৰ্শন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

author-image
Asomiya Pratidin
New Update
মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক পৰিদৰ্শন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

ডিজিটেল ডেস্কঃ মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক পৰিদৰ্শন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ। বুধবাৰে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱেন্দ্ৰ ফাডনাভিছেৰ সৈতে উক্ত প্ৰকল্পটি পৰিদৰ্শন কৰে।

Advertisment

আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকৰে পাৰ হোৱা প্ৰথমখন বাছৰ ফ্লেগ অৱ কৰে। প্ৰায় ১৮০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটি। এই দলঙখনে মুম্বাই আৰু নৱী মুম্বাইক সংলগ্ন কৰিব।

যাৰ ফলত দুয়োখন ঠাইৰ যাতায়ত সুচল হোৱাৰ লগতে সময় ৰাহি হ'ব। উল্লেখ্য যে, এইখন হ'ব ভাৰতৰ প্ৰথমখন সাগৰীয় দলং। য'ত থাকিব মুক্ত পথ টোলিং চিষ্টেম।

Also Read: ঠাই ভ্ৰমণৰ বাবে বি টি আৰৰ সাংবাদিক নিৰ্বাচিত

Mumbai Trans Harbour Link