কেন্দ্ৰই ল'ব লাগিব পাঞ্জাৱ আৰু হাৰিয়ানাত পানী যোগানৰ দ্বায়িত্ব : অৰৱিন্দ কেজৰিৱাল

দুয়ো ৰাজ্যতে হ্ৰাস পাইছে জলস্তৰ, কেন্দ্ৰই ল'ব লাগিব দ্বায়িত্ব

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰই ল'ব লাগিব পাঞ্জাৱ আৰু হাৰিয়ানাত পানী যোগানৰ দ্বায়িত্ব : অৰৱিন্দ কেজৰিৱাল

ডিজিটেল ডেস্ক : দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱালে বুধবাৰে এক সংবাদ মেলযোগে পাঞ্জাৱ আৰু হাৰিয়ানাত ক্ৰমাৎ হ্ৰাস পোৱা জলস্তৰ আৰু ইয়াৰ বাবে সৃষ্টি হোৱা জল সংকটৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপৰ আহ্বান কৰে। ইয়াৰ উপৰিও বিজেপি আৰু কংগ্ৰেছে চুতলেজ-যমুনা মোহনাক কেন্দ্ৰ কৰি বহু দশকজুৰি কেৱল ৰাজনীতিয়েই কৰা বুলিও অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে।

Advertisment

কেজৰিৱালে এই মন্তব্য কৰে কেন্দ্ৰই দেশৰ উচ্চতম ন্যায়ালয়ক চুতলেজ-যমুনা মোহনা কেন্দ্ৰিক বিবাদত কেন্দ্ৰক সহযোগ নকৰা বুলি অৱগত কৰোৱাৰ পাছত। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে হাৰিয়ানা আৰু পাঞ্জাৱৰ মাজত এই বিষয়ত অৰিয়া অৰিৰ সৃষ্টি নকৰিবলৈ আহ্বান কৰে।

punjab aap haryana bjp arvind kejriwal