/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/952a5ac2-59bc-40f8-95b5-fbd792aa48e2/BUDGET_23.jpg)
কি কি সামগ্ৰীৰ দাম হ্ৰাস পালে...
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট। বাজেট দাখিল কৰাৰ পাছত দাম কমিব কিছু সামগ্ৰীৰ। কেন্দ্ৰীয় বাজেটত বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।
দাম কমিব চাইকেলৰ। খেলৰ সামগ্ৰীও দাম হ্ৰাস হ'ব। মোবাইল কেমেৰাৰ লেঞ্চ, ইলেক্ট্ৰনিক সামগ্ৰী, টেলিভিছনৰ সামগ্ৰীৰো দাম হ্ৰাস হ'ব। একেদৰে হ্ৰাস পাব চিমনী, কাপোৰ, সীমা শুল্ক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us