দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনত পানীত পৰি ১৭ জনৰ মৃত্যু...

বিজয়া দশমীৰ দিনা উত্তৰ প্ৰদেশৰ আগ্ৰাৰ খৈৰাগড়হত উটঙ্গন নদীত দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত দুটা আলদা ঘটনাত ১৭ জন যুৱক ডুবি মৰণৰ আশংকা জনক হৈছে। বিজয়া দশমীৰ দিনা উত্তৰ

author-image
Asomiya Pratidin
New Update
7243fa54-381a-45aa-8051-13163d81f412

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ দিনা উত্তৰ প্ৰদেশৰ আগ্ৰাৰ খৈৰাগড়হত উটঙ্গন নদীত দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়ত দুটা আলদা ঘটনাত ১৭ জন যুৱক ডুবি মৰণৰ আশংকা জনক হৈছে।

প্ৰায় ৫০ জন লোকে মূৰ্তি বিসৰ্জন কৰিবলৈ নদীত নামিছিল। ভিৰত স্থানৰ অভাৱত ঘূৰ্ণি জলধাৰাত পৰি বহুজন ডুব যায়। উদ্ধাৰকাৰী দলসমূহে ৪টা মৃতদেহ উদ্ধাৰ কৰিছে, ৯ জন সন্ধানহীন হৈ আছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুখ প্ৰকাশ কৰি সহায় ঘোষণা কৰিছে। এনডিআৰএফ আৰু পুলিচৰ দলে উদ্ধাৰ কাৰ্য চলাই আছে বুলি বাতৰিত প্ৰকাশ।

durga puja