ব্যক্তিগতভাৱে উপহাস কৰিলে সহ্য কৰিব পাৰি, কিন্তু উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদা হানি কৰা কাৰ্য্য গ্ৰহণযোগ্য নহয় : জগদীপ ধনখড়

ব্যক্তিগতভাৱে উপহাস কৰিলে সহ্য কৰিব পাৰি, কিন্তু উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদা হানি কৰা কাৰ্য্য গ্ৰহণযোগ্য নহয় : জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদা হানি কৰা কাৰ্য্য গ্ৰহণযোগ্য নহয় বুলি বিৰোধী সাংসদক প্ৰত্যুত্তৰ

ডিজিটেল ডেস্ক : উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক মিমিক্ৰিৰে কংগ্ৰেছ সাংসদে কৰা উপহাসক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া। বুধবাৰে ৰাজ্যসভাত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে।

ব্যক্তিগতভাৱে উপহাস কৰিলে সহ্য কৰিব পাৰি, কিন্তু উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদা হানি কৰা কাৰ্য্য গ্ৰহণযোগ্য নহয় বুলি বিৰোধী সাংসদক প্ৰত্যুত্তৰ উপ-ৰাষ্ট্ৰপতিৰ।

কংগ্ৰেছৰ এই কাৰ্য্যই উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদাই নহয়, সমগ্ৰ দেশৰ কৃষক সমাজক উপহাস কৰা বুলি মন্তব্য কৰিছে উপ-ৰাষ্ট্ৰপতি ধনখেড়ে।

ব্যক্তিগতভাৱে উপহাস কৰিলে সহ্য কৰিব পাৰি, কিন্তু উপ-ৰাষ্ট্ৰপতিৰ পদ মৰ্যদা হানি কৰা কাৰ্য্য গ্ৰহণযোগ্য নহয় : জগদীপ ধনখড়
মিছা কেন্দ্ৰীয় বিদ্যালয়ত ককা-আইতা দিৱস পালন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in