আজি অনুষ্ঠিত হ’ব হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন

আজি অনুষ্ঠিত হ’ব হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন
  • আজি অনুষ্ঠিত হ’ব হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন

  • ১২খন জিলাৰ ৬৮টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্রহণ

  • পুৱা ৮ বজাৰ পৰা ৭,৮৮১টা ভোটকেন্দ্রত ভোটগ্রহণ

  • মুঠ ৪১২জন প্রাৰ্থীয়ে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

  • ৫৫ লাখ ৭৪ হাজাৰ ৭৯৩জন ভোটাৰে নিৰ্ণয় কৰিব প্রাৰ্থীৰ ভাগ্য

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in