New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/45494b73-5ca7-42d8-9f4b-9bedb2bdd34e/download.jpg)
আজি অনুষ্ঠিত হ’ব হিমাচল প্রদেশ বিধানসভাৰ নিৰ্বাচন
১২খন জিলাৰ ৬৮টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্রহণ
পুৱা ৮ বজাৰ পৰা ৭,৮৮১টা ভোটকেন্দ্রত ভোটগ্রহণ
মুঠ ৪১২জন প্রাৰ্থীয়ে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে
৫৫ লাখ ৭৪ হাজাৰ ৭৯৩জন ভোটাৰে নিৰ্ণয় কৰিব প্রাৰ্থীৰ ভাগ্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us