মোডীক ভাবুকি দি গ্ৰেপ্তাৰ আপৰ ৬ সদস্য

মোডীত ভাবুকি প্ৰদান, পুত্তালিকা দাহ আৰু অপ শব্দ ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় আটাইকেইজন। শুকুৰবাৰে আৰক্ষীয়ে জনাই এই কথা।
মোডীক ভাবুকি দি গ্ৰেপ্তাৰ আপৰ ৬ সদস্য

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক শব্দ প্ৰয়োগ কৰি গ্ৰেপ্তাৰ ৬ জন নেতা। মোডীত ভাবুকি প্ৰদান, পুত্তালিকা দাহ আৰু অপ শব্দ ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় আটাইকেইজন। শুকুৰবাৰে আৰক্ষীয়ে জনাই এই কথা।

উত্তৰ প্ৰদেশৰ বালিয়াত সংঘটিত হৈছে এই ঘটনা। গদৱাৰ আৰক্ষী থানাত উক্ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছিল। সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনক।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াক গ্ৰেপ্তাৰ কৰা পাছত আপৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদ কৰিছিল। আৰু মোডীক ভাবুকি দিছিল। প্ৰথম অৱস্থাত তেওঁলোক পলাইছিল যদিও পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মোডীক ভাবুকি দি গ্ৰেপ্তাৰ আপৰ ৬ সদস্য
কিমান সুৰক্ষিত গুৱাহাটী! নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in