২২ৰাজ্যলৈ কেন্দ্ৰৰ ৭,৫৩২ কোটি টকা মুকলি : আছে অসমৰ নাম

২২ৰাজ্যলৈ কেন্দ্ৰৰ ৭,৫৩২ কোটি টকা মুকলি : আছে অসমৰ নাম

ডিজিটেল ডেস্ক : দেশৰ ২২ খন ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য পুঁজি মুকলি। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে এক বিজ্ঞপ্তিযোগে এই কথা উল্লেখ কৰে।

ভাৰতৰ ২২ খন ৰাজ্যৰ দুৰ্যোগ সহাঁৰি পুঁজিৰ বাবে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ ৭,৫৩২ কোটি টকা মুকলি কৰে। এই ২২ ৰাজ্যৰ ভিতৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আছে ৬খন ৰাজ্য।

উত্তৰ-পূবৰ ৰাজ্যকেইখন হৈছে অসম,মেঘালয়,অৰুণাচল,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰা। কেন্দ্ৰীয় চৰকাৰে অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ নিৰ্ধাৰণ কৰিছে ৩৪০.৪০ কোটি টকা।

২২ৰাজ্যলৈ কেন্দ্ৰৰ ৭,৫৩২ কোটি টকা মুকলি : আছে অসমৰ নাম
ভয়াৱহ অগ্নিকাণ্ড : একেটা পৰিয়ালৰ ১০ সদস্যৰ অকাল মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in