নগাঁৱত গৰু চোৰৰ উপদ্ৰৱ

নগাঁৱত গৰু চোৰৰ আতংক। গৰু চোৰৰ আতংকত হাহাকাৰ কৃষক-ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-04 at 8.15.47 AM

ডিজিটেল ডেস্কঃ অসমৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ ফলত কৃষক ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে।এইবাৰ নগাঁৱত গৰু চোৰৰ আতংক। গৰু চোৰৰ আতংকত হাহাকাৰ কৃষক-ৰাইজৰ। বিগত দিনত নগাঁৱৰ গোমোঠা গাঁৱৰ পৰা চুৰি অৰ্ধশতাধিক গৰু। 

জীৱিকাৰ একমাত্ৰ উৎস গৰু কেইটা চুৰি হোৱাত ক্ষোভিত হৈ পৰিছে কৃষক ৰাইজ। জীৱন -সম্পত্তিৰ নিৰাপত্তা দিব নোৱাৰা নগাঁও আৰক্ষী বিৰুদ্ধে ক্ষোভ কৃষক ৰাইজৰ।কৃষি কাৰ্যৰ বাবে গৰুহাল নথকাত বিপাঙত পৰিছে কৃষক ৰাইজ।

নগাওঁ