/asomiyapratidin/media/media_files/2026/01/27/1-2026-01-27-14-50-24.jpg)
ডিজিটেল ডেস্কঃ হাজাৰ বাধা থাকিলেও চোৰে নেৰে চুৰিবিদ্যা। নগাঁৱত সংঘটিত চুৰিকাণ্ডই প্ৰমাণিত কৰিলে এই কথা। এইবাৰ নগাঁও গোলাঘাট বাছ আস্থানৰ সমীপৰ পৰা চোৰে লৈ উধাও হ'ল এখন চাইকেল।
/asomiyapratidin/media/post_attachments/92e0981d-511.png)
পুৱা মনোজ বাল্মীকি নামৰ এজন লোকে নিজৰ চাইকলখন এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ৰাখি থোৱা অৱস্থাত চোৰে লৈ যায় চাইকেল। ইপিনে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত। বৰ্তমান ভুক্তভোগী মনোজ বাল্মীকিয়ে নগাঁও ইটাচালি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। কিন্তু এতিয়াও চকুমুদা কুলিৰ ভাও দৰি আছে নগাঁও আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us