শেহতীয়া খবৰ
জীৱন-মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডীয়ে...  •  কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...

বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই শ শ ৰোৱনীৰ সৈতে ৰুলে ভূঁই…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পুনৰবাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাই ভূঁই ৰুলে শ শ ৰোৱনীৰ লগত৷ বিধায়কগৰাকীৰ উদ্যোগত সমষ্টিৰ ভিত্তিত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ জৰিয়তে ধানখেতি কৰা কাৰ্যৰ এয়া দ্বিতীয় পৰ্যায়৷

শুকুৰবাৰে ১নং তাতিবাহাৰৰ দৈশিঙাবৰীত ৫০ বিঘা চৰকাৰী কৃষি ভূমিত ৰোৱা হৈছে ভূঁই৷ কেইবা শতাধিক পুৰুষ-মহিলাই একেলগে ভূঁই ৰোৱাত নামিল৷ ভূঁই ৰুই ৰোৱনীক সহযোগিতা আগবঢ়ালে বিধায়কগৰাকীৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলেও৷

আৰু পঢ়ক : ৰাজ্যৰ ভিন্ন প্ৰান্তত “লোক কল্যাণ দিৱস” উদযাপন, চিৰাঙৰ সুদীশ বি. মাৰাকলৈ ‘লোক সেৱা বঁটা’…