তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগমোহন ৰেড্ডীৰ…

তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগমোহন ৰেড্ডীৰ…

author-image
asomiyapratidin
New Update
তেলেংগানাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালক সাক্ষাৎ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগমোহন ৰেড্ডীৰ…

  • অন্ধ্ৰপ্ৰদেশত বৃহৎ জয়ৰ পাছত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ ৱাইএছআৰচিপিৰ অধ্যক্ষ জগমোহন ৰেড্ডীৰ।
Advertisment
  • শনিবাৰে হায়দৰাবাদৰত কে চন্দ্ৰশেখৰ ৰাওৰ বাসভৱনত সাক্ষাৎ কৰে ৰেড্ডীয়ে।
  • ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ৰাজ্যপাল ইএছএল নৰসিংহক সাক্ষাৎ কৰে।
  • অন্ধ্ৰপ্ৰদেশৰ সদ্যঘোষিত বিধানসভা নিৰ্বাচনত বৃহৎ জয় লাভ কৰে ৱাইএছআৰচিপিয়ে।
  • ৰাজ্যখনৰ মুঠ ১৭৫ বিধানসভা সমষ্টিৰ ১৫০ খনেই লাভ কৰে দলটোৱে।