New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7PjCXjXoAERwIT-1.jpg)
- লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে।
- উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীআদিত্য নাথে অভিনন্দন জনায় নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহক।
- মুখ্যমন্ত্ৰী যোগীআদিত্য নাথে কয়-
- 'মই প্ৰধানমন্ত্ৰী মোডীক এই জয়ৰ বাবে অভিনন্দন জনাইছো।'
- 'বিজেপিয়ে ৩০০ আসনত প্ৰথমবাৰলৈ আগত আছে।'
- 'লগতে এন ডি এ-য়ে ৩৫০ খন আসনত আগত আছে।'
- 'মই লগতে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো অভিনন্দন জনাইছো।'