কোনে পালে কিমান আসন…

কোনে পালে কিমান আসন…

author-image
asomiyapratidin
New Update
এতিয়ালৈকে কোন কোন নিৰ্বাচনী ৰণত পৰিল

  • নিশা ১০.৩০ বজালৈকে দেশৰ ৫৪২খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ১৮২ খন আসন।
  • অগ্ৰগতি লাভ কৰি আছে ১২১ খন আসনত।
  • কংগ্ৰেছ দলে ৩১ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ২১ খন আসনত লাভ কৰি আছে অগ্ৰগতি।
  • তৃণমূল কংগ্ৰেছে ১০ খন আসনত জয়ী হোৱাৰ লগতে অগ্ৰগতি লাভ কৰি আছে ১২ খন আসনত।
  • তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৭ খন আসনত জয়ী হোৱাৰ বিপৰীতে ২ খন আসনত লাভ কৰি আছে অগ্ৰগতি।
  • শিৱসেনাই ৯ খন আসনত জয়ী হোৱাৰ লগতে ৯ খনত লাভ কৰি আছে অগ্ৰগতি।
  • এনচিপিয়ে জয়লাভ কৰিছে ৪ খনত, এখনত অগ্ৰগতি।
  • বহুজন সমাজবাদী পাৰ্টী ৫ খনত জয়ী, ৫ খনত অগ্ৰগতি।
  • বৰ্তমানলৈকে ফলাফল ঘোষণা হোৱা আসনৰ সংখ্যা হৈছে ২৯৪