New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-overtake.jpg)
- বাৰানসীত আগবাঢ়ি আছে নৰেন্দ্ৰ মোডী।
- ছত্তীশগড়ত ৫খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
- আমেথিত আগবাঢ়ি আছে ৰাহুল গান্ধী।
- কৰ্ণাটকত বিজেপি ১৩খন আসনত আগত।
- মুলায়ম সিং যাদৱ আগবাঢ়ি আছে উত্তৰপ্ৰদেশৰ মেমপুৰিত।
- অসমত ৫খন আসনত আগবাঢ়ি আছে বিজেপি।
- ৩টা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ।
- এইচ ডি দেৱেগৌড়া আগবাঢ়ি আছে।
- ৰাজস্থানত বিজেপি ২০খন আসনত আগবাঢ়ি আছে।
- লক্ষ্ণৌত আগবাঢ়ি আছে ৰাজনাথ সিং।
- সমীৰপুৰত আগবাঢ়ি আছে অনুৰাগ ঠাকুৰ।
- পিছ পৰি আছে বিৰাপ্পা মুৰলী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us