New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-state-wise.jpg)
- নিশা ১২.৫৫ বজালৈকে পশ্চিমবংগৰ ৪২খন আসনৰ ভিতৰত টিএমচিয়ে লাভ কৰিছে ১৫খন আসন।
- ৭খন আসনত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছ।
- চাৰিখন ইতিমধ্যে জয়লাভ কৰিছে বিজেপিয়ে।
- আন ১৪খন আসনত আগবাঢ়ি আছে বিজেপি।
- এখন আসনতো বিজয় সাব্যস্ত কৰিব পৰা নাই কংগ্ৰেছে।
- দুখন আসনত আগবাঢ়ি আছে কংগ্ৰেছ দল।