New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/westbengal_bb_20160430.jpg)
- পশ্চিম বংগত অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- আবেলি ৩ বজালৈকে ৰাজ্যখনৰ কেইটামান সমষ্টিৰ ভোটদানৰ হাৰ এনেধৰণৰ-
- জলপাইগুৰি লোকসভা সমষ্টি- ৭১.৩২ শতাংশ।
- দাৰ্জিলিং লোকসভা সমষ্টি- ৬৩.১৪ শতাংশ।
- ৰাজগঞ্জ লোকসভা সমষ্টি- ৬১.৮৪ শতাংশ।
- ৰাজ্যখনত আবেলি ৩ বজালৈকে মুঠ ভোটদানৰ হাৰ ৬৫.৪৩ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us