পশ্চিমবংগত শতাধিক লোকক ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা টিএমচি কৰ্মীৰ!

পশ্চিমবংগত শতাধিক লোকক ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা টিএমচি কৰ্মীৰ!

author-image
asomiyapratidin
New Update
পশ্চিমবংগত শতাধিক লোকক ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা টিএমচি কৰ্মীৰ!

  • পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি।
  • ভোটাৰ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী।
  • ৰাজ্যখনৰ বাশিৰহাটৰ ১৮৯ নং ভোটগ্ৰহণ কেন্দ্ৰত এই প্ৰতিবাদ।
  • ভোটাৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰা টি এম চি কৰ্মীয়ে বাধা দিয়াৰ অভিযোগৰ।
  • বাশিৰহাটৰ বিজেপি প্ৰাৰ্থীয়ে এই সন্দৰ্ভত কয়-
  • '১০০জনৰো অধিক লোকক ভোটাধিকাৰ সাব্যস্ত কৰাত বাধা প্ৰদান কৰা হৈছে।'
  • 'আমি তেওঁলোকক ভোটাধিকাৰ সাব্যস্ত কৰাবলৈ লৈ যাম।'