New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4abg3RU0AALPNU.jpg)
- পশ্চিমবংগত নিৰ্বাচনৰ সময়তে উত্তপ্ত পৰিস্থিতি।
- ডিগ্ৰীপাৰত প্ৰতিবাদকাৰীক লক্ষ্য কৰি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ।
- পৰিস্থিতি চম্ভালিবলৈ লাঠীচালনা কৰিব লগা হয় নিৰাপত্তাৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4abjvgUIAAs2JV.jpg)
- ভোটদান কৰিবলৈ যোৱাত ভাবুকি দিছিল অজ্ঞাত লোকে।
- ইয়াকে কেন্দ্ৰত কৰি ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল প্ৰতিবাদকাৰীয়ে।
- চোপ্ৰাৰ ডিগ্ৰীপাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত এই অঘটন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4abmVzUwAIE1DX.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us