New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/exit-poll.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছত ইটোৰ পিছত সিটো এক্সিট প'লৰ ফলাফল পোহৰলৈ আহিছে। পশ্চিম বংগত এক্সিট প'লৰ মতে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে লাভ কৰিব ২৭ খন আসন।
পশ্চিম বংগৰ এক্সিট প'লৰ ফলাফল এনেধৰণৰ-
মুঠ আসন- ৪২ খন
তৃণমূল কংগ্ৰেছ- ২৭
বিজেপি- ১৩
কংগ্ৰেছ- ২