New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- পশ্চিমবংগতো আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ৰাজ্যখনৰ কেবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিসংগতিৰ খবৰ।
- ২৯ আৰু ১৩৪নং ইছলামপুৰ হিন্দী এফ পি স্কুলত ই ভি এম বিসংগতিৰ বাবে হোৱা নাই ভোটগ্ৰহণ।
- ৰাজগঞ্জ সংসদীয় সমষ্টিৰ অন্তৰ্গত এই ভোটগ্ৰহণ কেন্দ্ৰ দুটা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us