New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7QH9GyUIAA5hjF.jpg)
- 'জনতাই আমাৰ বাবে সকলোৰে উৰ্ধ্বত।'
- এই মন্তব্য কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ।
- 'জনতাই মত প্ৰকাশ কৰিছে, সেয়া আমি মানি লৈছো।'
- 'আমি প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি কৰ্মীসকলক অভিনন্দন জনাইছো।'
- 'তেওঁলোকে জনতাৰ স্বাৰ্থত কাম কৰি যাব বুলি আমি আশাবাদী।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us