New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/MEGHALAYA-ELECTION.jpg)
- দেশৰ মুঠ ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত আজি সম্পন্ন হৈছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
- দিনৰ ১ বজালৈকে জম্মু-কাশ্মীৰত ৩৫.৫২ শতাংশ ভোটদান সম্পন্ন।
- ৩৯.০৮ শতাংশ ভোটদান সম্পন্ন হৈছে ছিকিম লোকসভা সমষ্টিতো।
- মিজোৰামত দিনৰ ১ বজালৈকে সম্পন্ন হোৱা ভোটদানৰ হাৰ ৪৬.৫ শতাংশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us