New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- আজি ২০ ৰাজ্যৰ মুঠ ৯১ টা সমষ্টিত অনুষ্ঠিত হৈছে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
- অসমত বিয়লি ৩ বজালৈ ভোটদান সম্পন্নৰ হাৰ ৫৯.৫ শতাংশ।
- বিয়লি ৩ বজালৈ উত্তৰ প্ৰদেশত ভোটদান সম্পন্নৰ হাৰ হৈছে ৫০.৮৬ শতাংশ।
- নাগালেণ্ডত ৬৮ শতাংশ ভোটদান সম্পন্ন ৩ বজালৈ।
- তেলেংগানাত ভোটদান সম্পন্ন হৈছে ৪৮.৯৫ শতাংশ।
- মেঘালয়ত সম্পন্ন হৈছে ৫৫ শতাংশ ভোটগ্ৰহণ।
- মহাৰাষ্ট্ৰৰ নাগপুৰ সংসদীয় সমষ্টিত বিয়লি ৩ বজালৈ ভোটদানৰ হাৰ ৩৮.৩৫ শতাংশ।
- আনফালে লক্ষদ্বীপত ৫১.২৫ শতাংশ ভোটদান।
- উত্তৰাখণ্ডত ৪৬.৫৯ শতাংশ আৰু মণিপুৰত ৬৮.৯০ শতাংশ ভোটদান সম্পন্ন ৩ বজালৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us