পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিত ১৮ এপ্ৰিলত অনুষ্ঠিত নহয় ভোটগ্ৰহণ

পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিত ১৮ এপ্ৰিলত অনুষ্ঠিত নহয় ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ত্ৰিপুৰাত লোকসভা নিৰ্বাচনৰ তাৰিখৰ সালসলনি।
  • পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচন আয়োগে।
  • অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব সমষ্টিটোৰ ভোটগ্ৰহণ।
  • ইয়াৰ পূৰ্বে ১৮ এপ্ৰিলত ভোটগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল।
  • নিৰাপত্তাজনিত কাৰণত এনেদৰে ভোটগ্ৰহণৰ দিন সলনি কৰিব লগা হোৱা বুলি সদৰি কৰে নিৰ্বাচন আয়োগে।