২০ ৰাজ্যৰ ৯১ সমষ্টিৰ ১২৬৬ গৰাকীৰ প্ৰাৰ্থীৰ ভৱিষ্যত বন্দী হ’ল ইভিএমত…

২০ ৰাজ্যৰ ৯১ সমষ্টিৰ ১২৬৬ গৰাকীৰ প্ৰাৰ্থীৰ ভৱিষ্যত বন্দী হ’ল ইভিএমত…

author-image
asomiyapratidin
New Update
২০ ৰাজ্যৰ ৯১ সমষ্টিৰ ১২৬৬ গৰাকীৰ প্ৰাৰ্থীৰ ভৱিষ্যত বন্দী হ’ল ইভিএমত…

  • দেশৰ ২০ খন ৰাজ্যৰ ৯১ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ।
  • আজি ইভিএমত বন্দী হৈছে ১২৬৬ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত।
  • ইতিমধ্যে বহু সমষ্টিত সমাপ্ত হৈছে ভোটগ্ৰহণ।
  • ভোটকেন্দ্ৰ সমূহৰ পৰা ইভিএম ভিভিপিএটি সমূহ ষ্ট্ৰং ৰুমলৈ নিয়াৰ বাবে চলোৱা হৈছে প্ৰস্তুতি।
  • ছীল লগোৱা হৈছে ইভিএম সমূহত।
  • আনফালে এতিয়াও কেইবাটাও সমষ্টিৰ ভোটকেন্দ্ৰত চলি আছে ভোটগ্ৰহণ।