দিনৰ ১.৩০ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

দিনৰ ১.৩০ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • মঙলাবাৰে মুঠ ১৩ খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • মুঠ ১১৬ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • দিনৰ ১.৩০ বজালৈকে ২৭.৮৯ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে ১৫ ৰাজ্যত।
  • অসমৰ ৪ লোকসভা সমষ্টিত সম্পন্ন হৈছে ৪৬.৬১ শতাংশ ভোটদান।
  • ইয়াৰ বাহিৰেও অন্য ৰাজ্যসমূহৰ ভোটদানৰ হাৰ এনেধৰণৰ-