New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D403Ko6U8AALvow.jpg)
- জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰী মেহবুবা মুফতীৰ ভোটদান।
- অনন্তনাগ জিলাৰ বীজবেহেৰাৰ ৩৭ডি নং ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- 'জম্মু-কাশ্মীৰত এইবাৰ বিজেপি বিৰোধী ঢৌ উঠিছে।'
- 'চৰকাৰ পৰিবৰ্তন হ'ব, সেয়া নিশ্চিত।'
- ভোটদান কৰি এই মন্তব্য মেহবুবা মুফতীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us