ওড়িশাৰ কালাহান্দিৰ ভেজিপদ গাঁওবাসীৰ ভোট বৰ্জন…

ওড়িশাৰ কালাহান্দিৰ ভেজিপদ গাঁওবাসীৰ ভোট বৰ্জন…

author-image
asomiyapratidin
New Update
ওড়িশাৰ কালাহান্দিৰ ভেজিপদ গাঁওবাসীৰ ভোট বৰ্জন…

  • ওড়িশাৰ কালাহান্দি জিলাৰ ভেজিপদৰ গাঁৱৰ গাঁওবাসীৰ ভোটবৰ্জন।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বয়কট কৰি গাঁওবাসীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।
  • গাঁওখনৰ পথৰ মেৰামতিৰ দাবীৰে ভোট বৰ্জন গাঁওবাসীৰ।
  • ২০১৭ চনৰ পৰাই পথটোৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছে গাঁওবাসীয়ে।
  • তাৰ পিছতো চৰাকাৰে তেওঁলোকৰ আবেদনক গুৰুত্ব নিদিয়াৰ অভিযোগ।