New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5UVVsqUcAAYWQa.jpg)
- মুম্বাইৰ জুহুত ভোটাধিকাৰ সাব্যস্ত অভিনেতা বিবেক অবেৰয়ৰ।
- পিতৃ সুৰেশ অবেৰয়ৰ সৈতে সাব্যস্ত কৰে ভোটাধিকাৰ।
- জুহুৰ গান্ধীগ্ৰাম স্কুলৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত পিতা-পুত্ৰৰ।
- 'এজন সঠিক নেতা নিৰ্বাচনৰ বাবে ভোট দিছো।'
- ভোটদান কৰি এই মন্তব্য অভিনেতাজনৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5UUQdVUIAUdUDL.jpg)
- উল্লেখ্য যে, বিবেক অবেৰয় অভিনীত 'পিএম নৰেন্দ্ৰ মোডী' ছবিখনৰ মুক্তি স্থগিত ৰখাৰ নিৰ্দেশ দিছিল নিৰ্বাচন আয়োগে।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগ উঠিছিল।
- ছবিখনত নৰেন্দ্ৰ মোডীৰ ভূমিকাত অভিনয় কৰিছে বিবেক অবেৰয়ে।