পশ্চিম বংগত পুনৰ বিজেপি প্ৰাৰ্থীৰ বাহনত আক্ৰমণ

পশ্চিম বংগত পুনৰ বিজেপি প্ৰাৰ্থীৰ বাহনত আক্ৰমণ

author-image
asomiyapratidin
New Update
পশ্চিম বংগত পুনৰ বিজেপি প্ৰাৰ্থীৰ বাহনত আক্ৰমণ

  • পশ্চিম বংগৰ ঘটল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ বাহনত আক্ৰমণ।
  • প্ৰাৰ্থীগৰাকীৰ নাম ভাৰতী ঘোষ।
  • ভাৰতী ঘোষৰ বাহনৰ বহু পৰিমাণে ক্ষতি কৰে দুৰ্বৃত্তই।
  • এই ঘটনাত তৃণমূল কংগ্ৰেছ জড়িত থকাৰ দাবী বিজেপি সমৰ্থকৰ।