বাৰানসীত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা…

বাৰানসীত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • বাৰানসী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
  • অজয় ৰায়ক সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰেক্ষেপ কৰিছে কংগ্ৰেছে।
  • প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই সমষ্টিটোত।
  • ১৯ মে'ত উক্ত সমষ্টিটোত হ'ব ভোটগ্ৰহণ পৰ্ব।
  • শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।