তৃণমূল কংগ্ৰেছ-বিজেপিৰ সংঘাত, ভাগি লণ্ড ভণ্ড ইভিএম…

তৃণমূল কংগ্ৰেছ-বিজেপিৰ সংঘাত, ভাগি লণ্ড ভণ্ড ইভিএম…

author-image
asomiyapratidin
New Update
তৃণমূল কংগ্ৰেছ-বিজেপিৰ সংঘাত, ভাগি লণ্ড ভণ্ড ইভিএম…

  • পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে অঘটন।
  • ৰাজ্যখনৰ চোপ্ৰাৰ এটা ভোটকেন্দ্ৰত সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি।
  • তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত।
  • দুই দলৰ ৰাজনৈতিক সংঘাতৰ মাজতে ভাগি লণ্ড ভণ্ড কৰিলে এটা ইভিএম মেছিন।
  • ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ চলি থকাৰ মাজতেই সংঘটিত হয় এই ঘটনা।
  • পিছত নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
  • বৰ্তমানলৈকে ভোটগ্ৰহণ স্থগিত ৰখা হৈছে ভোট কেন্দ্ৰটোত।