New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-state-wise.jpg)
- উত্তৰপ্ৰদেশত পুনৰ বৃহৎ জয় বিজেপিৰ।
- ৭২খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।
- বিজেপিয়ে জয়ী সাব্যস্ত কৰিছে ৫৫খন আসনত।
- ৭খন আসনত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী।
- বিএছপি-এছপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈছে ১৪খন আসনত।
- ইয়াৰে ৯খনত জয়ী হৈছে বিএছপি।
- ৫খনত জয়ী হৈছে সমাজৱাদী পাৰ্টি।
- এখন আসনত জয়ী সাব্যস্ত কৰিছে কংগ্ৰেছে।
- ৰায়বৰেলীত জয় হৈছে ছোনিয়া গান্ধী।
- আপনা দল জয়ী হৈছে দুখন আসনত।
- এখন আসনত আগবাঢ়ি আছে বি এছ পি প্ৰাৰ্থী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us