নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় পুৱাই ভোটদান কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পুৱাই ভোটদান কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে asomiyapratidin 19 May 2019 10:06 IST Follow UsNew Updateদেওবাৰে সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান।মুঠ ৫৯ টা সমষ্টিত অনুষ্ঠিত হৈছে এই নিৰ্বাচন। পুৱাই ভোটদান কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।গোৰখপুৰত ভোটদান কৰিলে নেতাজনে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক