আজি ওড়িশাত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

আজি ওড়িশাত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

author-image
asomiyapratidin
New Update
শিলচৰত মোডীৰ প্ৰতিশ্ৰুতিৰ বন্যাঃ কংগ্ৰেছক সমালোচনা কৰি ক’লে- সমগ্ৰ দেশবাসীয়েই চকীদাৰ

  • আজি ওড়িশাত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • ভুৱনেশ্বৰত বিশাল ৰোড শ্ব'ত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • সম্বলপুৰতো প্ৰধানমন্ত্ৰীয়ে চলাব প্ৰচাৰ অভিযান।
  • কৰ্বা আৰু ভাটাপাৰাতো সম্বোধন কৰিব জনসভা।
  • বিজেপি প্ৰাৰ্থীৰ হৈ ৪খন সভাত চলাব প্ৰচাৰ অভিযান।