/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- উত্তৰ প্ৰদেশত ভোটগ্ৰহণৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি।
- চামলী জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত গুলীচালনা কৰিবলৈ বাধ্য হ'ল কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে।
- কেইবাজনো লোকে অবৈধভাৱে ভোটদান কৰিবলৈ অহাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ।
- নিৰাপত্তাৰক্ষীয়ে লোককেইজনক ভোটদান কৰিবলৈ বাধা দিয়াত ভোটাৰ কাৰ্ডবিহীন লোককেইজনে সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ।
#WATCH Security personnel fired shots in air after some ppl tried to cast vote without voter ID at a polling station in Shamli. District Magistrate says,"BSF personnel, fired in air for security reasons after some ppl without voter ID tried to cast vote. Voting has resumed now." pic.twitter.com/iXRkS6xFaD
— ANI UP/Uttarakhand (@ANINewsUP) April 11, 2019
- পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত শূণ্যলৈ গুলিচালনা কৰে নিৰাপত্তাৰক্ষীয়ে।
- যাৰ ফলত কিছু সময়ৰ বাবে স্থগিত ৰখা হয় কেন্দ্ৰটোৰ ভোটগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us