New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/0ae6rc8o_priyanka-gandhi-pti_625x300_06_April_19.jpg)
- উত্তৰ প্ৰদেশত আজি দুটাকৈ ৰে'লীত ভাগ ল'ব প্ৰিয়ংকা গান্ধীয়ে।
- ৱাৰাবঙ্কী আৰু ওন্নাৱৰ দুটা ৰেলীত অংশ ল'ব প্ৰিয়ংকাই।
- দুপৰীয়া ১২ বজাৰ পূৰ্বেই উত্তৰ প্ৰদেশত উপস্থিত হ'বগৈ কংগ্ৰেছ নেত্ৰী গৰাকী।
- প্ৰিয়ংকাৰ আগমণক লৈ কংগ্ৰেছ কৰ্মী সকলৰ মাজত ব্যাপক উছাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us