নিশা ৮.৪৫ বজালৈকে কোন দলে, ক’ত লাভ কৰিছে কিমান আসন…

নিশা ৮.৪৫ বজালৈকে কোন দলে, ক’ত লাভ কৰিছে কিমান আসন…

author-image
asomiyapratidin
New Update
বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

  • নিশা ৮.৪৫ বজালৈকে সমগ্ৰ দেশৰ ১৮১ খন আসনৰ ফলাফল প্ৰকাশ।
  • ৫৪২খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছে ১০৩খন আসন।
  • ১৯৯ খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে।
  • আনহাতে কংগ্ৰেছে লাভ কৰিছে ২৬খন আসন।
  • ২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে।
  • শিৱসেনাই লাভ কৰিছে ৮খন আসন।
  • ইফালে অগ্ৰগতি লাভ কৰি আছে ১০খন আসনত।
  • তেলেংগানা ৰাষ্ট্ৰ সমিতি৫ খন আসনত জয় হোৱাৰ বিপৰীতে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।
  • তৃণমূল কংগ্ৰেছে লাভ কৰিছে ৩ খন আসন আৰু অগ্ৰগতি লাভ কৰিছে ২৯ খন আসনত।
  • জনতা দল ইউনাইটেডে লাভ কৰিছে ৫ খন আসন।
  • ইফালে অগ্ৰগতি লাভ কৰিছে ১১ খনত।
  • এন চি পি দলে ৩ খন আসন লাভ কৰাৰ বিপৰীতে ২খন আসনত অগ্ৰগতি লাভ কৰি আছে।
  • সমাজৱাদী পাৰ্টিয়ে এখন আসন, শিৰোমণি আকালী দলে ৩ খন আসন লাভ কৰাৰ লগতে বহুজন সমাজৱাদী পাৰ্টিয়ে লাভ কৰিছে ৩খন আসন।
  • দ্ৰাবিড়া মুন্নেত্ৰা কাঝাকাম দলে লাভ কৰিছে ৫ খন আসন।
  • জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সে ২ খন লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে এখন আসনত।