New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- দেশৰ ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত দুপৰীয়া ১২ বজালৈকে মুঠ ভোটদানৰ হাৰ ২৫.১৩ শতাংশ।
- বিহাৰত দুপৰীয়া ১২ বজালৈকে ২০.৭০ শতাংশ ভোটদান।
- হাৰিয়ানাত দুপৰীয়া ১২ বজালৈকে ভোটদানৰ হাৰ ২৩.২৬ শতাংশ।
- মধ্যপ্ৰদেশত দুপৰীয়া ১২ বজালৈকে ভোটদানৰ হাৰ ২৮.২৫ শতাংশ।
- উত্তৰ প্ৰদেশত দুপৰীয়া ১২ বজালৈকে ভোটদানৰ হাৰ ২১.৭৫ শতাংশ।
- দুপৰীয়া ১২ বজালৈকে পশ্চিমবংগত ভোটদানৰ হাৰ ৩৮.২৬ শতাংশ।
- ঝাৰখণ্ডত দুপৰীয়া ১২ বজালৈকে মুঠ ভোটদান ৩১.২৭ শতাংশ।
- দিল্লীত দুপৰীয়া ১২ বজালৈকে ভোটদানৰ হাৰ ১৯.৫৫ শতাংশ।