New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/rajnath-singh_650x400_81470192145.jpg)
- আজি মনোনয়ন দাখিল কৰিব গৃহমন্ত্ৰী ৰাজনাথ সিঙে।
- লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাজনাথ সিঙে।
- মনোনয়ন দাখিলৰ পূৰ্বে এক ৰোড শ্ব'ত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে।
- মঙলবাৰে দিনৰ ১১.৫০ বজাত মনোনয়ন দাখিল কৰিব ৰাজনাথ সিঙে।
- উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অহা ৭ মে'ত হ'ব নিৰ্বাচন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us