তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ নেতা আৰু ভাতৃ

তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ নেতা আৰু ভাতৃ

author-image
asomiyapratidin
New Update
তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ নেতা আৰু ভাতৃ

  • পশ্চিম বংগত অনুষ্ঠিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সোমবাৰে অপ্ৰীতিকৰ ঘটনা।
  • ৰাজ্যখনৰ শিলিগুৰিত সংঘটিত হয় এই ঘটনা।
  • বিজেপিৰ বুুথ সভাপতি আৰু তেওঁৰ ভাতৃক আক্ৰমণ তৃণমূল কংগ্ৰেছ কৰ্মীৰ।
  • শিলিগুৰিৰ মাটিগড়াত সোমবাৰে আবেলি সংঘটিত হয় এই ঘটনা।
  • তৃণমূল কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত আহত বিজেপিৰ বুথ সভাপতি উত্তম মণ্ডল আৰু ভাতৃ গৌতম মণ্ডল।
  • বিজেপিৰ বুথ কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ডও কৰে তৃণমূল কৰ্মীয়ে।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে বিজেপি নেতাজনে।